পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মিঠা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মিঠা   বিশেষণ

অর্থ : চেনি আৰু মৌৰ দৰে সোৱাদৰ

উদাহরণ : এই ফলটো বৰ মিঠা

সমার্থক : মধুৰ, মিষ্ট, শার্কৰ, সুমিষ্ট, ্মৌ-সনা

অর্থ : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে

উদাহরণ : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে

সমার্থক : মধুৰ, মিহি, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি

অর্থ : মন ভাল লগাব পৰা

উদাহরণ : বিদেশীসকলে কিছুমান মিঠা স্মৃতি আমাৰ মাজত এৰি গৈছে

সমার্থক : মধুৰ

चौपाल