পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মৃত্যু শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মৃত্যু   বিশেষ্য

অর্থ : হিন্দু ধর্ম অনুসৰি মৃত্যুৰ অধিপতি দেৱতা

উদাহরণ : সতী সাৱিত্রীয়ে যমৰাজৰ পৰা সৌভাগ্যৱতী হোৱাৰ বৰ লাভ কৰি নিজৰ মৃত পতিক জীৱিত কৰি তুলিছিল

সমার্থক : অন্তক, কৃতান্ত, ধর্ম্ম্্ৰাজ, ধর্ম্ম্্ৰায়, নাৰন্তক, প্রজান্তক, মহিষবাহন, যম, যম-ৰজা, যমৰাজ, শমন

অর্থ : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

উদাহরণ : তেওঁৰ মৃত্যু অতি ওচৰত

সমার্থক : কাল, মৰণ কাল

चौपाल