অর্থ : বার্মাৰ সৈতে সম্বন্ধ থকা বা বার্মাৰ
উদাহরণ :
তেখেতে বর্মীয় সীমাৰ গ্রাম্যাঞ্চলত ফুৰিবলৈ গৈছে
সমার্থক : বর্মীয়
অর্থ : বার্মা ভাষাৰ বা বার্মা ভাষাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
তেওঁৰ ওচৰত বর্মী কিতাপৰ এটা ভাল সংগ্রহ আছে
সমার্থক : বর্মী