অর্থ : যি বিচাৰেৰে পূর্ণ
উদাহরণ :
তেওঁ ্ সদায় যুক্তিপূর্ণ ্ কথাই কয়
সমার্থক : বিচাৰপূর্ণ, যুক্তিসন্মত
অর্থ : যিটো যুক্তি বা তর্কৰে ভৰা
উদাহরণ :
মোহনৰ দৰে ভোদা ছাত্র এজনে গুৰুৰ প্রশ্নৰ যুক্তিপূর্ণ উত্তৰ দি সকলোকে আচৰিত কৰি তুলিলে
সমার্থক : তর্কপূর্ণ, তর্কযুক্ত, যুক্তিযুক্ত