পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লʼৰা-ছোৱালী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লʼৰা-ছোৱালী   বিশেষ্য

অর্থ : কাৰোবাৰ পুত্র বা কন্যা

উদাহরণ : মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য

সমার্থক : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, পোৱালি, বেটা-বেটী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান

অর্থ : কম বয়সীয়া লʼৰা বা ছোৱালী

উদাহরণ : তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়

সমার্থক : বাচ্চা, বালক-বালিকা, শিশু, সৰু লʼৰা-ছোৱালী

चौपाल