পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লক্ষ্য শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লক্ষ্য   বিশেষ্য

অর্থ : দেখা কার্য

উদাহরণ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

সমার্থক : অৱলোকন, চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন

অর্থ : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে

উদাহরণ : ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই

সমার্থক : গন্তব্য, লক্ষ্য স্থান

অর্থ : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

উদাহরণ : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

সমার্থক : নিচান

অর্থ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

উদাহরণ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

সমার্থক : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, হেতু

অর্থ : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

উদাহরণ : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

সমার্থক : নিচান

অর্থ : যাৰ ওপৰত কোনো উদ্দেশ্যৰে দৃষ্টি ৰখা হয় বা উদৃষ্ট পদার্থ ্বা কথা

উদাহরণ : এই বছৰ ঘেঁহুৰ ্উৎপাদনৰ লক্ষ্য দহ লাখ টন ৰখা হৈছে

चौपाल