পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লাখেৰাজ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লাখেৰাজ   বিশেষ্য

অর্থ : ৰাজ্য বা চৰকাৰে কৰমুক্ত কৰি দিয়া ভূমি

উদাহরণ : খেতিয়কজনে নিজৰ খেতিৰ পিনে দেখুৱাই কʼলে যে সেইখিনি লাখেৰাজ মাটি

সমার্থক : কৰমুক্ত মাটি

লাখেৰাজ   বিশেষণ

অর্থ : যʼত শুল্ক বা কৰ লগা নাই

উদাহরণ : এই হস্পিতালখনৰ সকলোবোৰ সুবিধাই কৰমুক্ত

সমার্থক : কৰমুক্ত, কৰহীন, নিষ্কৰ

चौपाल