পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লাগি ধৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লাগি ধৰা   ক্ৰিয়া

অর্থ : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা

উদাহরণ : কাগজখন কাঠডালত লাগি ধৰিল

সমার্থক : আঁট ্খোৱা

অর্থ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা

উদাহরণ : মোৰ ডিঙিটো টানি ধৰিছে

সমার্থক : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা

অর্থ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা

উদাহরণ : শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল

সমার্থক : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা

লাগি ধৰা   বিশেষণ

অর্থ : যি ওলমি পৰিছে

উদাহরণ : দীপকে গছত লাগি ধৰা চিলাখন এৰোৱাই আছে

সমার্থক : ওলমি থকা, ফাঁচ লগা

चौपाल