অর্থ : এটা বস্তু আন এটা বস্তুৰে স্পর্শিত হোৱা
উদাহরণ :
যাওঁতে যাওঁতে মোৰ হাতখন বিজুলীৰ খুটাত লাগি গʼল
সমার্থক : চুই পোৱা
অর্থ : কোনো কামত দৃঢ়তাৰে লাগি থকা
উদাহরণ :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
সমার্থক : লগা