অর্থ : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
উদাহরণ :
কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
সমার্থক : প্রলোভন
অর্থ : প্রবল অভিলাষ বা তীব্র ইচ্ছা
উদাহরণ :
মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল