অর্থ : পুৰুষ আৰু স্ত্রীৰ প্রভেদ নি্র্ণয় কৰিবলৈ ব্যাকৰণত সংজ্ঞায়িত কৰা শ্্ব্দ বিশেষ বা যিহৰ দ্বাৰা পুৰুষ আৰু স্ত্রীৰ প্রভেদৰ বিষয়ে অৱগত হʼব পাৰি
উদাহরণ :
হিন্দীত দুই প্রকাৰৰ লিংগ থকাৰ বিপৰীতে সংস্কৃতত তিনি প্রকাৰৰ লিংগ পোৱা যায়
সমার্থক : লিংগ