পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শান্ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শান্ত   বিশেষণ

অর্থ : যি ক্রোধী নহয়

উদাহরণ : অক্রোধী লোকক সকলোৱে পছন্দ কৰে

সমার্থক : অকোপন, অক্রুদ্ধ, অক্রোধিত, অক্রোধী, অৰুষ্ট

অর্থ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই

উদাহরণ : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়

সমার্থক : ঠাণ্ডা

অর্থ : যʼত তৰঙ্গ উঠি থকা নাই

উদাহরণ : শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে

সমার্থক : স্থিৰ

অর্থ : ধ্বনিহীন বা যʼত ধ্বনি নাথাকে

উদাহরণ : ৰাতি নিজম আছিল আৰু ্তেওঁ ্ছাদৰ ওপৰত ঠিয় হৈ তৰা চাই আছিল

সমার্থক : নিজম, নিশ্্ব্দ

অর্থ : যি উদ্বিগ্ন নহয়

উদাহরণ : মোহনৰ জীৱন নিৰুদ্বিগ্ন

সমার্থক : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত

অর্থ : যাৰ চিত্ত স্থিৰ

উদাহরণ : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে

সমার্থক : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত

অর্থ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে

উদাহরণ : ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে

সমার্থক : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান

चौपाल