পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শাৰী   বিশেষ্য

অর্থ : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র

উদাহরণ : সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়

অর্থ : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ

উদাহরণ : ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে

সমার্থক : লানী

অর্থ : ক্রম অনুসাৰে হোৱা অৱস্থা

উদাহরণ : দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে

সমার্থক : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা

অর্থ : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি

উদাহরণ : উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক

সমার্থক : পংক্তি

অর্থ : মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে

উদাহরণ : শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে

সমার্থক : পংক্তি, লাইন

অর্থ : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম

উদাহরণ : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল

সমার্থক : লাইন, লান, লানি, লালী, শৃংখলা

चौपाल