পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শাৰীৰিক শক্তি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শাৰীৰিক শক্তি   বিশেষ্য

অর্থ : শৰীৰৰ বল

উদাহরণ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

সমার্থক : জোৰ, শকতি, শক্তি, শাৰীৰিক বল

অর্থ : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে

উদাহরণ : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল

সমার্থক : পৰাক্রম, বাহুবল

चौपाल