পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শেষ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শেষ   বিশেষ্য

অর্থ : সমাপ্ত হোৱাৰ ভাব বা কার্য

উদাহরণ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

সমার্থক : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং

অর্থ : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ

উদাহরণ : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব

সমার্থক : অন্ত, ইতি, উপসংহাৰ, সমাপ্তি

অর্থ : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা

উদাহরণ : কলিযুগত অন্ত নিশ্চিত

সমার্থক : অন্ত, অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেহ, সমাপ্তি, সাং

অর্থ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

উদাহরণ : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

সমার্থক : খুন, নিধন, প্রাণ লোৱা, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, সংহাৰ, হত্যা, হনন

শেষ   বিশেষণ

অর্থ : শেষ সীমা পোৱা

উদাহরণ : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে

সমার্থক : অন্তিম, চৰম

অর্থ : কোনো অৱশিষ্ট নথকা

উদাহরণ : মই কৰা কামটো এতিয়া শেষ হʼল

সমার্থক : খতম, নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, সম্পূর্ণ, ্পূৰ

অর্থ : যি সকলোৰে পিছত হয়

উদাহরণ : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে

সমার্থক : অন্ত, অন্তিম, অন্ত্য, চৰম

অর্থ : যিটো নাশ হৈছে

উদাহরণ : ভূমিকম্পত ্ তেওঁৰ সকলো নষ্ট হʼল

সমার্থক : উছন, ক্ষয়প্রাপ্ত, খাস্তাং, জাহ, ধ্বংসপ্রাপ্ত, নষ্ট, নিশ্চিহ্ন, বিধ্বস্ত, বিনষ্ট, বিলীন, লীন

चौपाल