অর্থ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
উদাহরণ :
খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
সমার্থক : অংক
অর্থ : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
উদাহরণ :
আহতৰ সংখ্যা বহুত বেছি