পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সংশয় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সংশয়   বিশেষ্য

অর্থ : বিপদ বা অনিষ্ট হʼব পাৰে বুলি ধাৰণা কৰিলে মনত যি ভাবৰ উদয় হয়:গুজৰাটৰ সাম্প্রদায়িক ্ সংঘর্ষই ্ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰিলে

উদাহরণ :

সমার্থক : আতং-বিতং, আতঙ্ক, আশঙ্কা, ডঁৰি, ডৰ, তোচ, পৰোৱা, পৰোৱাই, বিভীষিকা, ভীতি, ভয়, ভয়-ডৰ, ভয়-ভীত, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা

অর্থ : মনত হোৱা দুর্ভাৱনা

উদাহরণ : কিবা দুর্ঘটন্া ঘটিব পাৰে বুলি ্ তেওঁৰ আশংকা আছিল

সমার্থক : আশংকা, বুকু কঁপ্া-, ভীতি, ভয়, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা

অর্থ : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা

উদাহরণ : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে

সমার্থক : আশংকা, শংকা, শঙ্কা, সন্দেহ

অর্থ : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান

উদাহরণ : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে

সমার্থক : শংকা, শঙ্কা, সন্দেহ

चौपाल