পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সংস্কাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সংস্কাৰ   বিশেষ্য

অর্থ : দোষ বা ত্রুটি দূৰ ্আঁ্তৰাই ভাল কৰা কার্য

উদাহরণ : পাণিনিয়ে দেৱভাষাৰ পৰিশোধন কৰি তাক সংস্কৃত ৰূপ দিছিল

সমার্থক : সংশোধন পৰিশোধন

অর্থ : মানুহক শুদ্ধ আৰু উন্নত কৰিবৰ বাবে ধার্মিক দৃষ্টিৰে কৰা হিন্দুসকলৰ বিশিষ্ট কৃত্য

উদাহরণ : হিন্দু ধর্মত ্সংস্কাৰৰ ডাঙৰ মহত্ত্ব আছে

অর্থ : কোনো বস্তুক আৰু ভাল বা অধিক উপযোগী কৰি তোলা কার্য

উদাহরণ : এই কামটোত শুধৰণিৰ প্রয়োজন আছে

সমার্থক : শুধৰণি

অর্থ : মন, ৰুচি, আচাৰ-ব্যৱহাৰ আদিক পৰিষ্কৃত তথা উন্নত কৰা কার্য

উদাহরণ : লʼৰা-ছোৱালীক ভাল সংস্কাৰ দিয়াটো সকলো মাক-দেউতাকৰে কর্তব্য

অর্থ : পূর্বজন্ম, কুল মর্যাদা, শিক্ষা, সভ্যতা আদিৰ মনত পৰা প্রভাৱ

উদাহরণ : এইটো বোৱাৰীৰ সংস্কাৰেই হয় যে তেওঁ কেতিয়াও ওলোটাই উত্তৰ নিদিয়ে

चौपाल