অর্থ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
উদাহরণ :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
সমার্থক : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, ভূষিত
অর্থ : হাথিয়াৰ আদিৰে সাজু হোৱা
উদাহরণ :
পুলিচে অবৈধ হাথিয়াৰেৰে সজ্জিত এজন ব্যক্তিক ধৰিলে
সমার্থক : প্রস্তুত