পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সঠিক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সঠিক   ক্ৰিয়া বিশেষণ

অর্থ : যেনেকৈ লাগে সেই ধৰণে বা উচিত প্রকাৰে

উদাহরণ : তেওঁৰ নিচান ভাল সঠিক লাগিলএই জীৱৰ অংগ ভাল দৰে বিকশিত হোৱা নাই

সমার্থক : ভাল দৰে, ভালকৈ, সঠিক ভাৱে, সঠিককৈ

সঠিক   বিশেষণ

অর্থ : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত

উদাহরণ : ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই

সমার্থক : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত

অর্থ : একেবাৰে ঠিক বা উচিত

উদাহরণ : ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে

অর্থ : যেনে হোৱা উচিত তেনেধৰণৰ

উদাহরণ : এই কথাটো মোৰ উচিত যেন লগা নাই

সমার্থক : উচিত, উপযুক্ত, ঠিক, যোগ্য

অর্থ : যিটো নৈতিকতাৰে ভৰি আছে

উদাহরণ : আমি উচিত কাম কৰা উচিত

সমার্থক : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ

অর্থ : যিটো নি্র্ধাৰিত বা নিশ্চিত

উদাহরণ : মই নিশ্চিত ঠাইত উপস্থিত হʼম

সমার্থক : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত

चौपाल