পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সন্দেহ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সন্দেহ   বিশেষ্য

অর্থ : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা

উদাহরণ : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে

সমার্থক : আশংকা, শংকা, শঙ্কা, সংশয়

অর্থ : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান

উদাহরণ : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে

সমার্থক : শংকা, শঙ্কা, সংশয়

অর্থ : বিশ্বাস নোহোৱা অৱস্থা বা ভাব

উদাহরণ : মানুহৰ প্রতি কৰা অবিশ্বাসেই ঔৰংজেৱৰ পতনৰ সকলোতকৈ ডাঙৰ কাৰণ আছিল

সমার্থক : অপ্রতীতি, অপ্রত্যয়, অবিশ্বাস, বিশ্বাসহীনতা, সন্ধিগ্ধতা

चौपाल