পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সন্ধি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সন্ধি   বিশেষ্য

অর্থ : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান

উদাহরণ : কাপোৰৰ জোৰাখিনি ফাটি থাকিল

সমার্থক : জোৰা, সন্ধি স্থল, সন্ধি-স্থল

অর্থ : ব্যাকৰণত ওচৰা ওচৰিকৈ থকা দুটা শ্্ব্দৰ মিলন ঘটি হোৱা ৰূপান্তৰ

উদাহরণ : বিদ্যা আৰু আলয়ৰ মাজত সন্ধি হৈ বিদ্যালয় হৈছে

অর্থ : লেন-দেন, ব্যৱহাৰ, কাজিয়া আদি ্ সম্পর্কত ্ সকলো পক্ষৰ পৰস্পৰৰ মাজত হোৱা নিষ্পত্তি

উদাহরণ : কাশ্মীৰৰ সমস্যা সন্দর্ভত ্ ভাৰত-পাকিস্তানৰ মাজত সন্ধি হোৱা আৱশ্যক

সমার্থক : সন্ধিচুক্তি

অর্থ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

উদাহরণ : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

সমার্থক : গাঁঠি, গ্রন্থি, জোৰা

অর্থ : এতিয়াৰ পৰা আমি নিজৰ মাজত কেতিয়াও যুদ্ধ নকৰো আৰু মিত্রভাৱে থাকিম অথবা ঠাইভেদে নির্দিষ্ট নিয়ম মানি চলিম বুলি ৰাজ্য, দল আদিৰ মাজত হোৱা নিশ্চিতি:আভ্যন্তৰীণ কার্যত হস্তক্ষেপ নকৰো বুলি দুয়োখন ৰাজ্যৰ মাজত সন্ধি হʼল

উদাহরণ :

সমার্থক : চুক্তি, বুজাপৰা

चौपाल