পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সন্যাসী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সন্যাসী   বিশেষ্য

অর্থ : যিজনে সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে

উদাহরণ : ৰামুৱে শ্রদ্ধা সহকাৰে সন্যাসীসকলৰ সেৱা আগবঢ়ায়

সন্যাসী   বিশেষণ

অর্থ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে

উদাহরণ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল

সমার্থক : বিমুখ, বিৰক্ত, বিৰাগ, বৈৰাগী

অর্থ : সন্যাস আশ্রমত প্রৱেশ কৰাজন

উদাহরণ : তেওঁ কুম্ভ মেলাত বহুতো সন্যাসীক লগ পালে

चौपाल