পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সমর্পণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সমর্পণ   বিশেষ্য

অর্থ : যুদ্ধ, বিবাদ আদি বন্ধ কৰি নিজকে শত্রু বা বিপক্ষৰ হাতত অর্পণ ্কৰা কা

উদাহরণ : ৰজা পুৰুৱে আলেকজেণ্ডাৰৰ সন্মুখত আত্মসমর্পণ কৰিছিল

সমার্থক : আত্মসমর্পণ

অর্থ : কাৰোবাক আদৰ সহকাৰে কিবা দিয়া বা পৰিৱেশন কৰা কার্য

উদাহরণ : সমর্পণৰ ্কাৰণে শ্রদ্ধাৰ আৱশ্যক

সমার্থক : অর্পণ, নিবেদন

অর্থ : ধর্ম ্ভাৱেৰে বা শ্রদ্ধা-ভক্তিপূর্বক কিবা কৈ অর্পিত কৰা ভাৱ

উদাহরণ : ভগৱান কৃষ্ণৰ প্রতি মীৰাৰ সমর্পণ তেওঁৰ ্দ্বাৰা ৰচিত গীতবোৰত পৰিলক্ষিত হয়

चौपाल