পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সম্পূর্ণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সম্পূর্ণ   বিশেষ্য

অর্থ : সমাপ্ত হোৱাৰ ভাব বা কার্য

উদাহরণ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

সমার্থক : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সাং

সম্পূর্ণ   ক্ৰিয়া বিশেষণ

অর্থ : সম্পূর্ণ ৰূপত

উদাহরণ : এই কথাটো সম্পূর্ণ মিছা তেওঁ ্ৰাস্তাটোৰ একদম সোঁমাজত থিয় হৈ আছিল

সমার্থক : একদম, একেবাৰে

সম্পূর্ণ   বিশেষণ

অর্থ : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা

উদাহরণ : লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ

সমার্থক : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ

অর্থ : কোনো অৱশিষ্ট নথকা

উদাহরণ : মই কৰা কামটো এতিয়া শেষ হʼল

সমার্থক : খতম, নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, শেষ, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, ্পূৰ

অর্থ : আৰম্ভণিৰ পৰা শেষলৈকে

উদাহরণ : তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে

সমার্থক : আদ্যোপান্ত

অর্থ : কোনো অংশ বা খণ্ডৰ গোটেইখিনি

উদাহরণ : বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে

সমার্থক : পূৰা

অর্থ : যিমান আছে সকলোখিনি

উদাহরণ : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?

সমার্থক : মুঠ, সকলো, সমগ্র, সমস্ত, সমুদায়, সর্বমুঠ

অর্থ : যʼত একো কম হৈ থকা নাই

উদাহরণ : তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে

चौपाल