পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সম্ভ্রম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সম্ভ্রম   বিশেষ্য

অর্থ : কাৰোবাক উদ্দেশ্যি কোনো কথা কওঁতে বা কোনো কাম কৰোতে তেওঁ সন্তোষিত বা সন্মানিত হোৱা অৱস্থা

উদাহরণ : মাক-দেউতাকক সন্মান কৰিব লাগে স্থান হেৰালে মান হেৰায়

সমার্থক : আদৰ, ইজ্জত, কদৰ, মর্যাদা, মান, সন্মান, সমাদৰ

অর্থ : প্রতিষ্ঠিত হোৱাৰ ভাব বা অৱস্থা:তেওঁৰ ্ সমাজত বৰ মান আছে এই নির্বাচনত মই যিকোনো প্রকাৰে জিকিবই লাগিব কিয়নো ইয়াত মোৰ মান-সন্মানৰ প্রশ্ন জড়িত হৈ আছে

উদাহরণ :

সমার্থক : আদৰ, ইজ্জত, কদৰ, মর্যাত, মর্যাদা, মান, মান-মর্যাদা, মান-সন্মান, মান-সম্ভ্রম, সন্মান, সমাদৰ

चौपाल