সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সময় অনুসৰি
উদাহরণ : যিকোনো কাম যথাসময়ত কৰা উচিত
সমার্থক : ঠিক সময়ত, যথা কালত, যথা সময়ত, যথাকালত, যথাসময়ত, সময়ত, সসময়ত, সসময়তে
অর্থ : সময়লৈ লক্ষ্য ৰাখি উচিত বা উপযুক্তভাৱে কৰা বা হোৱা
উদাহরণ : সময়োচিত কাম কৰি জটিলতাৰ বা ৰক্ষা পাব পাৰি
সমার্থক : কালোপযোগী, সময়ানুসৰি, সময়োচিত, সময়োপযোগী, সাময়িক
ইনস্টল