অর্থ : অনুকম্পা বা দয়া কৰা কার্য
উদাহরণ :
সকলোৰে প্রতি সহানুভূতি ্প্রদর্শন ্কৰাই আমাৰ ধর্ম
সমার্থক : অনুকম্পা
অর্থ : কাৰোবাৰ দুখ দেখি ্ তেওঁৰ দুখত দুখী হোৱা অৱস্থা বা ভাব
উদাহরণ :
সাধুলোক সদায় আনৰ প্রতি সহানুভূতিশীল
সমার্থক : সমবেদনা