পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সাক্ষী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সাক্ষী   বিশেষ্য

অর্থ : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়

উদাহরণ : আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে

সমার্থক : সাক্ষ্য

অর্থ : যিয়ে কোনো ঘটনা নিজ চকুৰে দেখিছে

উদাহরণ : পুলিচে এই হত্যাটোৰ সন্দর্ভত প্রত্যক্ষদর্শীৰ সৈতে সোধ-পোচ কৰিছে

সমার্থক : প্রত্যক্ষদর্শী

অর্থ : যিজনে কোনো বিবাদৰ বিষয়ত নিজৰ অভিজ্ঞতাৰ বিষয়ে কয়

উদাহরণ : এই মোকর্দ্্মাত প্রতিপক্ষই মিছা সাক্ষী উপস্থিত কৰালে

चौपाल