পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সাহিত্য শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সাহিত্য   বিশেষ্য

অর্থ : কোনো বিষয়ত, কবি বা লেখকৰ সৈতে সম্বন্ধ ৰখা সকলো গ্রন্থ আৰু লেখা আদিৰ সমূহ

উদাহরণ : অসমীয়াত বৈষ্ণৱ সাহিত্যৰ বিশেষ ধৰণৰ গুৰুত্ব

অর্থ : কোনো ভাষা অথবা দেশৰ সকলো গ্রন্থ, লেখা আদিৰ সমূহ

উদাহরণ : সাহিত্য সমাজৰ দাপোণ স্বৰূপ

অর্থ : সাহিত্যৰ অধ্যয়ন কৰা শিক্ষাৰ এক বিশেষ ধৰণৰ শাখা

উদাহরণ : তেওঁ অসমীয়া সাহিত্যত এম এ কৰিছে

चौपाल