পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সিঁচা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সিঁচা   বিশেষ্য

অর্থ : ছটিয়াই দিয়া অৱস্থা বা ভাব

উদাহরণ : খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে

অর্থ : কোনো তৰল পদার্থ ছটিওৱা কার্য

উদাহরণ : ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক

সমার্থক : ছটিওৱা

সিঁচা   ক্ৰিয়া

অর্থ : কোনো বস্তু ইফালে-সিফালে পেলোৱা

উদাহরণ : চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে

সমার্থক : ছটিওৱা

অর্থ : চাৰিওফালে প্রসাৰিত কৰা

উদাহরণ : খেতিয়কজনে পথাৰত বীজ সিঁচি আছে

সমার্থক : সিঁচি দিয়া, সিঁচৰতি কৰা

অর্থ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা

উদাহরণ : খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে

সমার্থক : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা

चौपाल