পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সুৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সুৰ   বিশেষ্য

অর্থ : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী

উদাহরণ : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে

সমার্থক : দেৱ, দেৱতা, দৈত্যাৰি

অর্থ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি

উদাহরণ : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ

সমার্থক : স্বৰ

অর্থ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

উদাহরণ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

সমার্থক : কণ্ঠ, লয়

সুৰ   বিশেষণ

অর্থ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে

উদাহরণ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে

সমার্থক : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী

चौपाल