পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্ত্রী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্ত্রী   বিশেষ্য

অর্থ : কাৰোবাৰ বিবাহিতা নাৰী:তেওঁৰ দৰে তেওঁৰ পত্নীগৰাকীও বিদূষী শ্যামৰ ঘৈণীয়েক কামত বৰ পাকৈত

উদাহরণ :

সমার্থক : অর্ধাংগিনী, গৃহলক্ষ্মী, গৃহিনী, ঘৈণী, জীৱন-লগৰী, জীৱন-সঙ্গিনী, তিৰী, তিৰোতা, দাৰা, পত্নী, পৰিবাৰ, বধু, ভার্যা, সধর্মিনী, সহধর্মিনী, ্ ধর্মপত্নী

অর্থ : মানৱ জাতিক ভাগ কৰা দুটা ভাগৰ যিটো ভাগে গর্ভধ্াৰণ কৰি সন্তান জন্ম দিব পাৰে:আজিকালি মহিলাই সকলো ক্ষেত্রতে পুৰুষৰ সমানে সমানে কাম কৰিছে

উদাহরণ :

সমার্থক : অবলা, তিৰী, তিৰোতা, নাৰী, মহিলা, মাইকী, মানৱী

অর্থ : যি মাইকী জাতিৰ হয়

উদাহরণ : ছাগলী, শিয়ালী, বান্দৰী আদিবোৰ মাইকী

সমার্থক : মাইকী

चौपाल