পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্বচ্ছতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্বচ্ছতা   বিশেষ্য

অর্থ : স্বচ্ছ হোৱা অৱস্থা বা গুণ

উদাহরণ : কাপোৰখনৰ স্বচ্ছতাৰ বাবে তাৰ পিছফালে থকা বস্তু দেখা পোৱা গৈছে

অর্থ : স্বচ্ছ হোৱা অৱস্থা

উদাহরণ : এই ভৱনটোৰ বেৰবোৰত লগোৱা আইনাৰ স্বচ্ছতাৰ বাবে বাহিৰৰ মনোৰম দৃশ্য দেখা যায়

অর্থ : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব

উদাহরণ : পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে

সমার্থক : চাফা, নিকা, নি্র্মলত্া, পৰিষ্কাৰ, শুদ্ধতা

चौपाल