পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে হাইজা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

হাইজা   বিশেষ্য

অর্থ : পানী বা খাদ্যৰ বিষক্রিয়াৰ পৰা হʼব পৰা এবিধ মাৰাত্মক সংক্রামক ৰোগ, যʼত ৰোগীৰ অত্যধিক শৌচ-বমি হয়

উদাহরণ : আগৰ দিনত হাইজাত বহুলোকৰ অকালতে মৃত্যু হৈছিল পুৰণি কালত কলেৰা হʼলে মানুহে গাঁও এৰি পলাইছিল, কিয়নো অধিকাংশ লোকেই এই মহামাৰীৰ চিকাৰ হৈছিল

সমার্থক : আন্ত্রিক ৰোগ, কলেৰা, জহনী, বিসূচিকা, ভেদ-বাঁতি, ভেদবমি

चौपाल