পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে হাক দিয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

হাক দিয়া   ক্ৰিয়া

অর্থ : বাধা প্ৰদান কৰা কাৰ্য

উদাহরণ : ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে

সমার্থক : বাধা দিয়া, হকা-বধা কৰা

অর্থ : কোনো কথা বা কামত নিষেধাজ্ঞা আৰোপ কৰা

উদাহরণ : মাকে লʼৰাটোক ৰʼদত বাহিৰ ওলোৱাৰ ক্ষেত্রত বাধা দিলে

সমার্থক : নিষেধ কৰা, বাধা দিয়া, মানা কৰা

चौपाल