অর্থ : পুৰুষ বা নাৰীৰ একো লক্ষণ নথকা ব্যক্তি বিশেষ
উদাহরণ :
আজিকালি হিজৰাবোৰেও ৰাজনীতি কৰিবলৈ লৈছে
অর্থ : যাৰ স্ত্রী সম্ভোগৰ শক্তি নাথাকে বা কম থাকে
উদাহরণ :
তাইৰ বিবাহ এজন নপুংসকৰ লগত কৰালে
সমার্থক : নপুংসক