অর্থ : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে
উদাহরণ :
সমার্থক : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং-তামাচা, ৰগৰ
অর্থ : কোনো বস্তুক ৰঙীণ কৰিবৰ কাৰণে মানুহে নি্র্মাণ কৰি লোৱা এক ধৰণৰ তৰল ৰাসায়নিক পদার্থ
উদাহরণ :
চকীখনৰ ৰং ভালকৈ নুশুকাওতেই লʼৰাটো সেই চকীখনত বহি দিলে
সমার্থক : পেইণ্ট
অর্থ : তাচ খেলৰ কোনো গুৰুত্বপূর্ণ ্সময়ত অন্য পাততকৈ অধিক গুৰুত্ব লাভ কৰা বিশেষ পাত
উদাহরণ :
তেওঁ খেলত জিকিবৰ কাৰণে ট্রাম্প কার্ডেৰে চাল খেলিলে
সমার্থক : ট্রাম্প
অর্থ : বর্ণ ্বা ৰং সম্বন্ধীয়
উদাহরণ :
সেই বগা বৰণৰ মহিলা গৰাকীয়েই আপোনাৰ বিষয়ে সুধি আছিল
সমার্থক : বৰণ