পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰচনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰচনা   বিশেষ্য

অর্থ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

উদাহরণ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

সমার্থক : আকৃতি, ৰূপ

অর্থ : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়

উদাহরণ : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে

সমার্থক : নিবন্ধ, প্রবন্ধ, লেখা

অর্থ : অনেক অৱয়বযুক্ত ৰচনা

উদাহরণ : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল

সমার্থক : গঠন

অর্থ : সাহিত্য সম্বন্ধীয় কৃতি

উদাহরণ : তুলসীদাসৰ ৰামচৰিত মানস বিশ্ব প্রসিদ্ধ সাহিত্য কৃতি

সমার্থক : সাহিত্য কৃতি, সাহিত্যিক ৰচনা

অর্থ : ৰচনা কৰা বা বনোৱা কার্য ্বা ভাব

উদাহরণ : ধর্মগ্রন্থ অনুসৰি জগতৰ সৃষ্টি ব্রহ্মাই কৰিছিল

সমার্থক : নির্মিতি, নি্র্মাণ, সর্জ্জন, সৃজন, সৃষ্টি, স্রজন

ৰচনা   ক্ৰিয়া

অর্থ : কোনো সাহিত্যিক কৃতিৰ নি্র্মাণ কৰা

উদাহরণ : তেওঁ ্এটা নতুন কবিতা ৰচনা কৰিছে

चौपाल