অর্থ : গালত লগোৱা এক প্রকাৰৰ ৰঙা বা গুলপীয়া প্রসাধন সামগ্রী
উদাহরণ :
ছালৰ ৰং অনুসৰি ৰহণ ব্যৱহাৰ কৰা উচিত
সমার্থক : বোল
অর্থ : ওঁঠ, ্গাল আদিত লগোৱা একধৰণৰ ৰঙা ৰঙৰ প্রসাধন সামগ্রী
উদাহরণ :
মনোৰমাই নিজৰ গালত ৰহণ সানি আছে
সমার্থক : লালিমা