পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰাওনা হোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰাওনা হোৱা   ক্ৰিয়া

অর্থ : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা

উদাহরণ : এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব

সমার্থক : প্রস্থান কৰা

অর্থ : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া

উদাহরণ : ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো

সমার্থক : পঠিওৱা, পঠোৱা

অর্থ : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য

উদাহরণ : মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব

সমার্থক : গমন কৰা, প্রস্থান কৰা, যোৱা

चौपाल