পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰাজভৱন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰাজভৱন   বিশেষ্য

অর্থ : ৰজা-মহাৰজা থকা ধুনীয়া আৰু ডাঙৰ ঘৰ

উদাহরণ : মহীশূৰত থকা ৰাজপ্রাসাদ আজিও ্ পর্যটকৰ আকর্ষণৰ কেন্দ্রস্থলী

সমার্থক : ৰাজঅট্টালিকা, ৰাজকাৰেং, ৰাজপুৰী, ৰাজপ্রাসাদ, ৰাজমহল, ৰাজহাউলি

অর্থ : ৰাজ্যপাল আদিৰ চৰকাৰী বাসভৱন

উদাহরণ : ৰাজ্যপালক লগ কৰিবৰ কাৰণে মুখ্যমন্ত্রী ৰাজভৱন পালেগৈ

चौपाल