পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰামায়ণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰামায়ণ   বিশেষ্য

অর্থ : সংস্কৃতত লিখা যিখন গ্রন্থত ৰামৰ চৰিত্রৰ বিস্তৃত বিৱৰণ আছে

উদাহরণ : ৰামায়ণ আদি কবি বাল্মীকিৰ দ্বাৰা ৰচিত

সমার্থক : বাল্মীকি ৰামায়ণ

অর্থ : কোনো বিষয়ৰ লগত সম্বন্ধ নথকা অনাৱশ্যকীয় বৃত্তান্ত

উদাহরণ : এতিয়া আপুনি নিজৰ ৰামায়ণ বন্ধ কৰক

অর্থ : ৰামৰ চৰিত্রৰ ্বর্ণ্্না থকা তুলসীদাসে অৱধীত ৰচনা কৰা গ্রন্থ

উদাহরণ : এই মন্দিৰত ৰামচৰিত মানসৰ পাঠ চলি আছে

সমার্থক : ৰামচৰিত মানস, ৰামচৰিতমানস

चौपाल