পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰাষ্ট্রীয়কৰণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰাষ্ট্রীয়কৰণ   বিশেষ্য

অর্থ : এখন ৰাষ্ট্রৰ ৰূপত হোৱা বা কৰা কার্য

উদাহরণ : স্বাধীনতা লাভ কৰোতেই পাকিস্তানৰ ৰাষ্ট্রীয়কৰণ হʼল কেতিয়াবা কেতিয়াবা কোনো প্রদেশৰ কিছুমান স্বার্থপৰ ্লোকে দ্বাৰা ৰাষ্ট্রীয়কৰণৰ দাবী কৰে

অর্থ : যি কাৰোবাৰ ব্যক্তিগত বা কোনো ব্যক্তি আদিৰ অধিকাৰ আছে তাক সলনি কৰি তাৰ ওপৰত চৰকাৰ বা ৰাষ্ট্রৰ নিয়ন্ত্রণ বা অধিকাৰ স্থাপন কৰা কার্য

উদাহরণ : বহুতো ব্যক্তিগত বেংকৰ ৰাষ্ট্রীয়কৰণ কৰা হʼল

चौपाल