পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰুক্ষ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰুক্ষ   বিশেষণ

অর্থ : যাৰ ব্যৱহাৰ কঠোৰ বা যি কঠোৰ ব্যৱহাৰ কৰে

উদাহরণ : আমাৰ প্রধান শিক্ষকজন বৰ ৰুক্ষ, তেওঁ সকলো শিশুৰ লগতে কঠোৰ ব্যৱহাৰ কৰে

সমার্থক : কঠোৰ ব্যৱহাৰ, ৰুক্ষ ব্যৱহাৰ

অর্থ : যʼত প্রেম বা স্নেহ নাথাকে

উদাহরণ : তেওঁৰ ৰুক্ষ আমন্ত্রণক মই অস্বীকাৰ কৰিলো

সমার্থক : প্রেমহীন, স্নেহৰহিত

অর্থ : যাৰ উপৰিভাগ ঠায়ে ঠায়ে ওখ-চাপৰ

উদাহরণ : বাঢ়ৈয়ে খহটা পাটখনক ৰাণ্ডা মাৰি মিহি কৰিছে

সমার্থক : অসমান, খহটা

অর্থ : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু

উদাহরণ : খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে

সমার্থক : শুকান

चौपाल