পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰেটিনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰেটিনা   বিশেষ্য

অর্থ : চকুৰ মণিৰ পিছৰ আলোক সুবেদী আৱৰণ বা ত্বক

উদাহরণ : ৰেটিনাত হেঁচ্া খোৱাৰ ফলত তেওঁৰ ্ সোঁচকুটো অপাৰেচন কৰিব লগা হʼল

সমার্থক : অক্ষিপট, চক্ষুপট, দৃষ্টি পটল

অর্থ : নেত্রগোলকৰ সকলোতকৈ ভিতৰৰ অংশ বা তৃতীয় স্তৰ যাৰ ওপৰত কোনো বস্তুৰ প্রতিবিম্ব গঠন হয়

উদাহরণ : ৰেটিনাৰ আগত প্রতিবিম্ব গঠন হʼলে তাক মায়ʼপিয়া বোলা হয়

चौपाल