পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰেণু শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰেণু   বিশেষ্য

অর্থ : সৰু কণা বিশেষ

উদাহরণ : মোৰ চকুত বালিৰ কণা সোমাইছে

সমার্থক : কণ, কণা, কণিকা

অর্থ : ফুলৰ দীঘল কেশৰত জমা হোৱা ধূলিকণা

উদাহরণ : পখিলাই ৰেণু এপাহ ফুলৰ পৰা আন এপাহ ফুললৈ কঢ়িয়াই লৈ যায়

সমার্থক : পুষ্পৰেণু, পৰাগ, পৰাগ ৰেণু

অর্থ : কিছুমান এককোষী উদ্ভিদ বা নিম্ন বিকশিত অমেৰুদণ্ডী জীৱৰ দেহৰ দ্বাৰা উৎপাদিত জনন কোষ

উদাহরণ : ৰেণু এক কোষী জীৱ, শেলাই, ভেঁকুৰ আদিত পোৱা যায়

चौपाल